Kishore Kumar Hits

Shankuraj Konwar - Jakoruwa şarkı sözleri

Sanatçı: Shankuraj Konwar

albüm: Jakoruwa


অসুখৰে সময় পাহৰোৱাঁ
কান্দোনৰে প্ৰহৰ মচি দিয়াঁ
অ' আকূতিৰে চিৰাল আঙুলিৰে
সৰকি অহা চকুপানী
উচুপনি ভাঙি হাঁহি হোৱাঁ
দুঃসময় নেওচি আহি থাকাঁ
কোৱাঁ ঘৰমুৱা দুভৰিৰে কথা
জীয়াই থাকক আশাৰে ৰ'দ জীয়া
জীয়াই থাকক আশাৰে ৰ'দ জীয়া
জীয়াই থাকক আশাৰে ৰ'দ
মুকলি ভালপোৱা জাকৰুৱা
জাকৰুৱা
জাকৰুৱা

ভাগৰৰ দুহাতত গুঁজি দিয়াঁ
টোপনিৰে ভাঁজত জাগি ৰোৱাঁ
সপোনকে কোৱাঁ- "জাগি ৰোৱাঁ"
উচুপনি ভাঙি হাঁহি হোৱাঁ
দুঃসময় নেওচি আহি থাকাঁ
কোৱাঁ ঘৰমুৱা দুভৰিৰে কথা
জীয়াই থাকক আশাৰে ৰ'দ জীয়া
জীয়াই থাকক আশাৰে ৰ'দ জীয়া
জীয়াই থাকক আশাৰে ৰ'দ
মুকলি ভালপোৱা জাকৰুৱা
জাকৰুৱা
জাকৰুৱা
ভালপোৱা
জাকৰুৱা
জীয়াই থাকক আশাৰে ৰ'দ জীয়া
জীয়াই থাকক আশাৰে ৰ'দ জীয়া (জীয়া-জীয়া-জীয়া)
জীয়াই থাকক আশাৰে ৰ'দ জীয়া
জীয়াই থাকক আশাৰে ৰ'দ
মুকলি ভালপোৱা জাকৰুৱা
জাকৰুৱা
জাকৰুৱা
অসুখৰে সময় পাহৰোৱাঁ

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar