Kishore Kumar Hits

Kool-D - Protest Poetry şarkı sözleri

Sanatçı: Kool-D

albüm: Protest Poetry


আৰু কিমান যুঁজে প্ৰতিবাদী কণ্ঠই
মানুহৰ খোজে প্ৰতি প্ৰকৃতিৰ সংশয়
পুঁজিপতিৰ প্ৰতি চৰকাৰৰ মৰম আৰু
প্ৰলোভন, প্ৰতাৰণা নেদেখে অন্ধই
আৰু কিমান যুঁজে প্ৰতিবাদী কণ্ঠই
মানুহৰ খোজে প্ৰতি প্ৰকৃতিৰ সংশয়
পুঁজিপতিৰ প্ৰতি চৰকাৰৰ মৰম আৰু
প্ৰলোভন, প্ৰতাৰণা নেদেখে অন্ধই
প্ৰকৃতিক গচকী-মোহাৰি চলে যন্ত্ৰ
দাদাগিৰী মাথোঁ নাম গণতন্ত্ৰ
সদ্ভাৱ সুচিন্তা নাই ৰাজনীতিত
টকাটো main বাকী হওঁক দেশ ধ্বংস
টকা গুঁজি দিলে পকেটত পৰি থকা file বোৰো চলে যেন ৰকেটত
দল, দল বাগৰিলে চফা হয় দাগ যেন গঙ্গাজল আনি গা ধুৱাই bucket ত
দিহিং পাটকাই উদাহৰণ মাথোঁ, উদাহৰণ মাথোঁ, উদাহৰণ, উদাহৰণ মাথোঁ
টকা দি আৰু কিমান অবৈধ বৈধ হয়, তাৰ হিচাপনো আমি কিমান ৰাখো?
দিহিং পাটকাই উদাহৰণ মাথোঁ
টকা দি আৰু কিমান অবৈধ বৈধ হয়, তাৰ হিচাপনো আমি কিমান ৰাখো
তাৰ হিচাপনো আমি কিমান ৰাখো?
প্ৰকৃতিৰ অসৎ নিষ্কাশন আৰু ভকত অটল অটুট বিশ্বাসত
ভুগিব ফল সবেই নিষ্পাপত আৰু সবৰেই স্বাৰ্থ বয় নিঃশ্বাসত
প্ৰকৃতিৰ অসৎ নিষ্কাশন আৰু ভকত অটল অটুট বিশ্বাসত
ভুগিব ফল সবেই নিষ্পাপত আৰু সবৰেই স্বাৰ্থ বয় নিঃশ্বাসত
কি দিহিং, কি ডিব্ৰু, কি ডিবাং ভেলী
বচাবলে হ'ব কিমান rally
এইবোৰ কথা ক'লে কিমানে হাঁহিব, কিমানে ৰাখিব মনত কিমান দেৰি
ভাষণত সানি ৰহণ কণ মিছা ঘোষণা যে উন্নয়ন বহনক্ষম
सबका साथ আৰু सब का विकास যদি খিৰতী গাই কিয় অসমখন
ভাষণত সানি ৰহণ কণ মিছা ঘোষণা যে উন্নয়ন বহনক্ষম
सबका साथ আৰু सब का विकास যদি খিৰতী গাই কিয় অসমখন
I'm not against no BJP no Congress
Against the system they rule after Angrez
Drama in the name of democracy
Why so many people still living life of homeless?
We talk a lot but পাহৰি যাওঁ সহজতে (পাহৰি যাওঁ সহজতে)
Where is the fault, ভুল আমাৰ মগজতে (ভুল আমাৰ মগজতে)
We talk a lot but পাহৰি যাওঁ সহজতে
অভি-নিল ক'ত আৰু ক'ত ঝংকাৰ
কলিকাল মানৱতাহীন কংকাল
হত্যাকাৰী ঘূৰে মুকলি আকাশত
পৰাগ নে সনাতন কথা ক'ম কাৰ
উকীলক টকা দিব আৰু দিব পুলিচক
টকা ঢালি দিলেই বাচি যায় culprit
দেখা নাই যদি চকু কেইটা খুলি চাওক
দেখা নাই যদি চকু কেইটা খুলি চাওক
উকীলক টকা দিব আৰু দিব পুলিচক
টকা ঢালি দিলেই বাচি যায় culprit
দেখা নাই যদি চকু কেইটা খুলি চাওক
দেখা নাই যদি চকু কেইটা খুলি চাওক

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar