Kishore Kumar Hits

Pincool - Bisari Palu şarkı sözleri

Sanatçı: Pincool

albüm: Bisari Palu


তুমি আহাঁ মোৰে কাষত
কঁহুৱা ফুলিছে
তুমি থাকাঁ মোৰে কাষত
মনে যে হাঁহিছে
তুমি আহাঁ মোৰে কাষত
কঁহুৱা ফুলিছে
তুমি থাকাঁ মোৰে কাষত
মনে যে হাঁহিছে
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাৰ দুচকুত বিলীন হ'ব মন
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাক নাপালে মনত উচাটন
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাৰ দুচকুত বিলীন হ'ব মন
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাক নাপালে মনত উচাটন
মই বিচাৰি পালোঁ
মনৰে সুখৰে লগৰী
মনৰে সুখৰে লগৰী
মই বিচাৰি পালোঁ
মনৰে সুখৰে লগৰী
মনৰে সুখৰে লগৰী

পলে-পলে নিশাৰ তৰাই
কৈ থাকে তোমাৰে কথা
মনে মনে ৰাখোঁ সাঁচি
নকওঁ বুলি মনৰে বেথা
কিদৰে কওঁ- "ভাল পাওঁ তোমাক"!
যাতে তুমি শুনি পোৱা
আগুৱাই বহুদূৰ
এবাৰ মোলে' ঘূৰি চোৱাঁ
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাৰ দুচকুত বিলীন হ'ব মন
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাক নাপালে মনত উচাটন
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাৰ দুচকুত বিলীন হ'ব মন
আহাঁনা তুমি আজি
কাষলে' পাখি মেলি
তোমাক নাপালে মনত উচাটন
মই বিচাৰি পালোঁ
মনৰে সুখৰে লগৰী
মনৰে সুখৰে লগৰী
মই বিচাৰি পালোঁ
মনৰে সুখৰে লগৰী

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar