Karan Das - Lajuki şarkı sözleri
Sanatçı:
Karan Das
albüm: Lajuki
তোমাৰে চাৱনি (চাৱনি) কিযে লাজুকী! (লাজুকী)
মনৰে দাপোণক (দাপোণক) কৰে মোৰ আমনি
তোমাৰে চাৱনি (চাৱনি) কিযে লাজুকী! (লাজুকী)
মনৰে দাপোণক (দাপোণক) কৰে মোৰ আমনি
মনে-প্ৰাণে তোমাকে বিচাৰোঁ
হিয়াৰ কোণত তোমাকে ৰাখিছোঁ
প্ৰতিটো উশাহতে তোমাকেই ভাবোঁ
মায়াৰ জোৱাৰ তুলি গ'লা
মনে-প্ৰাণে তোমাকে বিচাৰোঁ
হিয়াৰ কোণত তোমাকে ৰাখিছোঁ
প্ৰতিটো উশাহতে তোমাকেই ভাবোঁ
মায়াৰ জোৱাৰ তুলি গ'লা
আকাশক সুধিছোঁ প্ৰেমৰেই কথা
প্ৰথম প্ৰণয় মোৰ, হিয়া উতলা
আকাশক সুধিছোঁ প্ৰেমৰেই কথা
প্ৰথম প্ৰণয় মোৰ, হিয়া উতলা
হেঙুলী গধূলিৰ সুৰভী চিনাকি
পখীয়ে লগালে মাত
মধুৰ সুৰতে হৃদয়েও ক'লে
পীৰিতি জাগিছে গাত
হেঙুলী গধূলিৰ সুৰভী চিনাকি
পখীয়ে লগালে মাত
মধুৰ সুৰতে হৃদয়েও ক'লে
পীৰিতি জাগিছে গাত
মনে-প্ৰাণে তোমাকে বিচাৰোঁ
হিয়াৰ কোণত তোমাকে ৰাখিছোঁ
প্ৰতিটো উশাহতে তোমাকেই ভাবোঁ
মায়াৰ জোৱাৰ তুলি গ'লা
মনে-প্ৰাণে তোমাকে বিচাৰোঁ
হিয়াৰ কোণত তোমাকে ৰাখিছোঁ
প্ৰতিটো উশাহতে তোমাকেই ভাবোঁ
মায়াৰ জোৱাৰ তুলি গ'লা
আকাশক সুধিছোঁ প্ৰেমৰেই কথা
প্ৰথম প্ৰণয় মোৰ, হিয়া উতলা
আকাশক সুধিছোঁ প্ৰেমৰেই কথা
প্ৰথম প্ৰণয় মোৰ, হিয়া উতলা
মনে-প্ৰাণে তোমাকে বিচাৰোঁ (তোমাকে বিচাৰোঁ)
হিয়াৰ কোণত তোমাকে ৰাখিছোঁ (তোমাকে ৰাখিছোঁ)
প্ৰতিটো উশাহতে তোমাকেই ভাবোঁ (তোমাকে ৰাখিছোঁ)
মায়াৰ জোৱাৰ তুলি গ'লা (তোমাকে বিচাৰোঁ)
মনে-প্ৰাণে তোমাকে বিচাৰোঁ (তোমাকে বিচাৰোঁ)
হিয়াৰ কোণত তোমাকে ৰাখিছোঁ (তোমাকে ৰাখিছোঁ)
প্ৰতিটো উশাহতে তোমাকেই ভাবোঁ (তোমাকে ৰাখিছোঁ)
মায়াৰ জোৱাৰ তুলি গ'লা (তোমাকে বিচাৰোঁ)
লাজুকী
Поcмотреть все песни артиста
Sanatçının diğer albümleri