Debabrata Gogoi - Prohelika şarkı sözleri
Sanatçı:
Debabrata Gogoi
albüm: Prohelika
প্ৰহেলিকা তুমি-তুমি
নোৱাৰিলোঁ ভাঙিব
আছে যে তোমাৰ সুবাস
মোৰ প্ৰতিটো গানত
জানো মোৰ মৌন মাতে
মাতে তোমাক কাষলে'
আহিবানে তুমি আজি?
সুধিছে মোৰ সপোনে
কিছু কথা তুমি বাকী থোৱাঁ ৰাতিলে'
বেলি যেতিয়া ডুবে পছিমলে'
কিছু কথা তুমি বাকী থোৱাঁ ৰাতিলে'
বেলি যেতিয়া ডুবে পছিমলে'
প্ৰহেলিকা তুমি-তুমি
নোৱাৰিলোঁ ভাঙিব
আছে যে তোমাৰ সুবাস
মোৰ প্ৰতিটো গানত
জানো মোৰ মৌন মাতে
মাতে তোমাক কাষলে'
আহিবানে তুমি আজি?
সুধিছে মোৰ সপোনে
প্ৰহেলিকা তুমি-তুমি
নোৱাৰিলোঁ লিখিব
কবিতা তোমাৰ বাবে
নাহে মনত শব্দ
যাচিছিলোঁ তোমাক সকলো
সকলো যি আছিলে
আশাকৰোঁ তুমি সোঁৱৰা
এই গীত ৰাতিলে'
চকুযুৰি তোমাৰ আজি সুৰ বিয়পায়
নিশা লিখা গীত আজি ৰাতি পুৱায়
যিমানে ভাবোঁ তোমাক পালোঁ চিনি
কিয় সকলো আজি অথলে যায়?
প্ৰহেলিকা তুমি-তুমি
নোৱাৰিলোঁ ভাঙিব
আছে যে তোমাৰ সুবাস
মোৰ প্ৰতিটো গানত
জানো মোৰ মৌন মাতে
মাতে তোমাক কাষলে'
আহিবানে তুমি আজি?
সুধিছে মোৰ সপোনে
প্ৰহেলিকা তুমি-তুমি
নোৱাৰিলোঁ ভাঙিব
আছে যে তোমাৰ সুবাস
মোৰ প্ৰতিটো গানত
জানো মোৰ মৌন মাতে
মাতে তোমাক কাষলে'
আহিবানে তুমি আজি?
সুধিছে মোৰ সপোনে
Поcмотреть все песни артиста
Sanatçının diğer albümleri