Rup - Juwar şarkı sözleri
Sanatçı:
Rup
albüm: Juwar
লিহিৰী দেহাতে জোৱাৰ আৱেগৰ
কিৰীলি বুকুতে তোমাৰ হেঁপাহৰ
♪
লিহিৰী দেহাতে জোৱাৰ আৱেগৰ
কিৰীলি বুকুতে তোমাৰ হেঁপাহৰ
জুৰুলা কৰি মোক প্ৰেমৰ পৰশত
জগালা আশা মোৰ পুৱাৰ কিৰণত
লিহিৰী দেহাতে জোৱাৰ আৱেগৰ
কিৰীলি বুকুতে তোমাৰ হেঁপাহৰ
জুৰুলা কৰি মোক প্ৰেমৰ পৰশত
জগালা আশা মোৰ পুৱাৰ কিৰণত
চাই চাই ৰ'ম
চাই চাই ৰ'ম
দুচকুলে' তোমাৰেনো ৰ লাগি, ঐ
লগ হৈ ৰ'ম
নদ হৈ ব'ম
জীৱনৰে এঁকা-বেঁকা বাট বাবলৈ
চাই চাই ৰ'ম
চাই চাই ৰ'ম
দুচকুলে' তোমাৰেনো ৰ লাগি, ঐ
লগ হৈ ৰ'ম
নদ হৈ ব'ম
জীৱনৰে এঁকা-বেঁকা (বাট বাবলৈ)
♪
অ', নেৰিবাঁ
♪
হঠাতে হেৰালে হিয়া, মোৰ জোন
বুকুতে তোমাৰে মায়া
কথাতে-মৰমে জীয়া, মোৰ জোন
চকুৰে অবুজ ভাষা
সেমেকা ৰাতিতে কুঁৱলী-ফাঁকেৰে
তুমি দিয়াহি ধৰা
ৰঙা দুগালৰে অভিমানে ক'লে
তোমাৰে হিয়াৰে কথা
চাই চাই ৰ'ম
চাই চাই ৰ'ম
দুচকুলে' তোমাৰেনো ৰ লাগি, ঐ
লগ হৈ ৰ'ম
নদ হৈ ব'ম
জীৱনৰে এঁকা-বেঁকা বাট বাবলৈ
চাই চাই ৰ'ম
চাই চাই ৰ'ম
দুচকুলে' তোমাৰেনো ৰ লাগি, ঐ
লগ হৈ ৰ'ম
নদ হৈ ব'ম
জীৱনৰে এঁকা-বেঁকা (বাট বাবলৈ)
♪
অ', নেৰিবাঁ
Поcмотреть все песни артиста
Sanatçının diğer albümleri