Kishore Kumar Hits

DHRTX - Kisu Kotha şarkı sözleri

Sanatçı: DHRTX

albüm: Kisu Kotha


আশা-ভৰা নিশাৰে গান
তৰা সৰি আজি পৰেহি
ৰ'দে কিনো ক'ব খোজে?
পাখি মেলি আজি দিয়াঁহি
উৰি উৰি যাব খোজে বাৰিষাৰে বতৰতে
কিছু কথা তুমি কোৱাঁ, কিছু মই
উৰি উৰি যাব খোজে বাৰিষাৰে বতৰতে
কিছু কথা তুমি কোৱাঁ, কিছু মই
মনে ভাগৰে নেপাই আজি তোমাকে
অকলশৰে মই আছোঁহি ৰৈ
প্ৰতি খোজতে বাৰে-বাৰে থমকিয়েই
ৰৈ যাওঁ মাথোঁ তোমাৰে হৈ
যাব খোজে বাৰিষাৰে বতৰতে
কিছু কথা তুমি কোৱাঁ, কিছু মই
উৰি উৰি যাব খোজে বাৰিষাৰে বতৰতে
কিছু কথা তুমি কোৱাঁ, কিছু মই

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar