Kishore Kumar Hits

Amar Sivam - Tumi Durga şarkı sözleri

Sanatçı: Amar Sivam

albüm: Tumi Durga


তু-তুমি যে দুৰ্গা
তুমি শ্যামা
ৰূপতেই যে পৰমা (তুমি দুৰ্গা)
তুমি দশভূজা
শক্তিৰূপা
চৰণতেই প্ৰতিমা
তু-তুমি যে দুৰ্গা
তুমি শ্যামা
ৰূপতেই যে পৰমা
তুমি দশভূজা
শক্তিৰূপা
চৰণতেই প্ৰতিমা (তুমি দুৰ্গা)

আগমনি
মনত হাঁহি
উলাহ-মালহেৰে
পাৰ কৰিম আমি
তুমি যে দুৰ্গা
তুমি যে শ্যামা
ৰূপতেই যে পৰমা (তুমি দুৰ্গা)
তু-তুমি যে দুৰ্গা
তুমি শ্যামা
ৰূপতেই যে পৰমা (ৰূপতেই যে পৰমা)
তুমি দশভূজা
শক্তিৰূপা
চৰণতেই প্ৰতিমা (চৰণতেই প্ৰতিমা)
বিন্দাচকৈ থাকিম দিনে-ৰাতি
গুলজাৰকৈ ঘূৰিম পূজা বুলি
অ' অ', বিন্দাচকৈ থাকিম দিনে-ৰাতি
গুলজাৰকৈ ঘূৰিম পূজা বুলি
আহিল পূজা, দুৰ্গা পূজা
মনতেই যে কি মজা!
পূজা পূজা দুৰ্গা পূজা
ধম-ধমা দি ঢাক বজা
তু-তুমি যে দুৰ্গা
তুমি শ্যামা
ৰূপতেই যে পৰমা (তুমি দুৰ্গা)
তুমি যে দুৰ্গা
তুমি জয়া
ৰূপতেই মহিমা (ৰূপতেই মহিমা)
আহিল পূজা, দুৰ্গা পূজা
মনতেই যে কি মজা!
পূজা পূজা, দুৰ্গা পূজা
ধম-ধমা দি ঢাক বজা
ঢাক বজা
ঢাক বজা
ধম-ধমা দি, ধম-ধমা দি ঢাক বজা
ঢাক বজা
ঢাক বজা
ধম-ধমা দি, ধম-ধমা দি ঢাক বজা

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar