Kishore Kumar Hits

OOTPAT MUSIC - Mayabi Raati şarkı sözleri

Sanatçı: OOTPAT MUSIC

albüm: Mayabi Raati


মায়াৱী ৰাতিৰ এন্ধাৰত
সময়ো থমকি ৰয় পালে তোমাক কাষৰত
পিয়াসী সত্বাৰে আৱেদন
হাততে হাত থৈ পাৰ কৰিছোঁ এই লগণ
নিশাৰ ৰাগীতে উমলি
চিঙি দি উন্মাদনাৰ শিকলি
মায়াৱী ৰাতিৰ এন্ধাৰত
সময়ো থমকি ৰয়
এবাৰ চোৱানা, কাষত ৰোৱানা
সাৱটি মোক দুবাহুত উৰুৱাই নিয়ানা
জাগি উঠা এই ৰাতিৰেই পৃথিৱীত
দিয়ানা সংগ মোক উমাল মায়াৱী
এবাৰ চোৱানা, কাষত ৰোৱানা
সাৱটি মোক দুবাহুত উৰুৱাই নিয়ানা
জাগি উঠা এই ৰাতিৰেই পৃথিৱীত
দিয়ানা সংগ মোক উমাল মায়াৱী
পাহৰি ৰঙীন পৃথিৱী
নিজৰ কৰিলোঁ ধূসৰ নিশাটি
বাউলী এই নিশাত
উটি যোৱা দুটি প্ৰাণৰ জাননীত
উমলি প্ৰতি অংগে অংগে
ফাকু খেলি শৰীৰেৰে জীৱন্তে
কিনো যাদু এই আন্ধাৰতে
বিলীন হৈ তোমাৰ লগতে
এবাৰ চোৱানা, কাষত ৰোৱানা
সাৱটি মোক দুবাহুত উৰুৱাই নিয়ানা
জাগি উঠা এই ৰাতিৰেই পৃথিৱীত
দিয়ানা সংগ মোক উমাল মায়াৱী
এবাৰ চোৱানা, কাষত ৰোৱানা
সাৱটি মোক দুবাহুত উৰুৱাই নিয়ানা
জাগি উঠা এই ৰাতিৰেই পৃথিৱীত
দিয়ানা সংগ মোক উমাল মায়াৱী

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar