Sannidhya Bhuyan - Smriti şarkı sözleri
Sanatçı:
Sannidhya Bhuyan
albüm: Smriti
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবিখনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাওঁ
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবিখনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাওঁ
মন-প্ৰাণ উতলা কৰা
সপোন সাৱটি ধৰা
স্মৃতিপাপৰি হিয়া ভৰি আছে জানা!
বুকুৰ উমেৰে ভৰা
সুৰৰে শ্ৰুতিধাৰা
আৱেগে ভৰা মূৰ্চ্ছনা
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবিখনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাওঁ
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবিখনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাওঁ
ভাৱনাতে জিলিকে মুখনি
ল'ৰালিৰে সংগী তুমিজনী
যেতিয়া উভতি চাওঁ
সৰগী সুৰভি পাওঁ
ভাৱনাতে জিলিকে মুখনি
ল'ৰালিৰে সংগী তুমিজনী
যেতিয়া উভতি চাওঁ
সৰগী সুৰভি পাওঁ
মন-প্ৰাণ উতলা কৰা
সপোন সাৱটি ধৰা
স্মৃতিপাপৰি হিয়া ভৰি আছে জানা!
বুকুৰ উমেৰে ভৰা
সুৰৰে শ্ৰুতিধাৰা
আৱেগে ভৰা মূৰ্চ্ছনা
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবিখনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাওঁ
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবিখনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত সাধুকথা
Поcмотреть все песни артиста
Sanatçının diğer albümleri