Sannidhya Bhuyan - Mur Gaanor Dehat şarkı sözleri
Sanatçı:
Sannidhya Bhuyan
albüm: Mur Gaanor Dehat
মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ
মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ
মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ
মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ
দুখৰ পাহাৰ ভঙাৰ মোৰ আশা অপাৰ
দুখৰ পাহাৰ ভঙাৰ মোৰ আশা অপাৰ
মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ (হৃদয় ধোঁৱাৰ)
মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ (সপোন পুৱাৰ)
মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ (হৃদয় ধোঁৱাৰ)
মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ
♪
মোৰ ভাৱৰ ভৰত টোপনি ভাগৰি হয় নিশা উজাগৰী
দুপৰ-নিশাও নহওঁ আজৰি হেজাৰ সপোন সামৰি
মোৰ ভাৱৰ ভৰত টোপনি ভাগৰি হয় নিশা উজাগৰী
দুপৰ-নিশাও নহওঁ আজৰি হেজাৰ সপোন সামৰি
মনৰ দুফাল দুৱাৰ, তথাপি দুখৰ প্ৰহাৰ
মনৰ দুফাল দুৱাৰ, তথাপি দুখৰ প্ৰহাৰ
মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ
মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ
মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ
মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ
♪
মানৱী সমাজৰ মানৱী মনতে
বিভেদৰ ব্যাধিবোৰ দ-কৈ শিপালে
মানৱী সমাজৰ মানৱী মনতে
বিভেদৰ ব্যাধিবোৰ দ-কৈ শিপালে
কোনেনো বান্ধিব শান্তিৰ পাৰ!
কোনেনো বান্ধিব শান্তিৰ পাৰ!
শ্ৰোতা বন্ধু, ভাবাঁ এবাৰ— কিমান সহিম দুখৰ প্ৰহাৰ!
শ্ৰোতা বন্ধু, ভাবাঁ এবাৰ— কিমান সহিম দুখৰ প্ৰহাৰ!
মোৰ গানৰ দেহাত তেজৰ চেকা, হৃদয় ধোঁৱাৰ (হৃদয় ধোঁৱাৰ)
মোৰ দুখৰ পঁজাত আন্ধাৰে-ঢকা সপোন পুৱাৰ (সপোন পুৱাৰ)
Поcмотреть все песни артиста
Sanatçının diğer albümleri