Kishore Kumar Hits

Sannidhya Bhuyan - Bauli Meghali şarkı sözleri

Sanatçı: Sannidhya Bhuyan

albüm: Bauli Meghali


চেঁচা বৰষুণে
অজানিতে
তোমাৰে বতৰা লৈ
বৰষিছে
ৰদ কাঁচিয়লি
জিলিকিছে
তোমাৰে সুৰভি হৈ
সাবটিছে
জীয়া জীয়া ধৰা
ভাল লাগে সকলো
ৰঙা নীলা বহু
ৰঙে আঁকো নিজকো
জীয়া জীয়া ধৰা
ভাল লাগে সকলো
ৰঙা নীলা বহু
ৰঙে ৰঙে ওমলো
বাউলি মেঘালী তুমি তুমি
ওঠত এমুঠি হাঁহি
পাহাৰে ভৈয়ামে তুমি তুমি
বুকুত ওমলা অনুভুতি...

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar