Kishore Kumar Hits

Debangaraj - Aapun - Illusion Remix şarkı sözleri

Sanatçı: Debangaraj

albüm: Aapun (Illusion Remix)


আপোন-আপোন তোমাৰে কথাবোৰ ভাবি ভাবি
সপোন-সপোন লাগি থকা তোমাৰে মিঠা হাঁহি
তোমাৰে হেঁপাহৰ মৰমতে মন বিলীন হ'ল
তুমি মোৰ হোৱাঁনা
কাষলে' আহাঁনা
তোমাৰে হেঁপাহৰ মৰমতে মন বিলীন হ'ল
তুমি মোৰ হোৱাঁনা
কাষলে' আহাঁনা
অচিনাকি সুৰেৰে দিলা ৰং সানি
দুচকুৰে যাদুৰে প্ৰেম দিলা আঁকি
অজানিতে আঁকোঁ মই তোমাৰে ছবি
আপোন তোমাৰ কথাবোৰ ভাবি ভাবি
জোনাকী ৰাতি মোৰে কাষে চাপি
সাৰদী শেৱালিৰ কলি তুমি
দুচকুতে উঠে সোণৰ সপোন ভাহি
বুকুতে ফুলালা শেৱালিপাহি
অচিনাকি সুৰেৰে দিলা ৰং সানি
দুচকুৰে যাদুৰে প্ৰেম দিলা আঁকি
অজানিতে আঁকোঁ মই তোমাৰে ছবি
আপোন তোমাৰ কথাবোৰ ভাবি ভাবি
আজি কিয় গোপনে গোপনে
আহা মনত নীৰৱে-নিৰলে?
মৰমৰে নৈ বোৱাই তুমি গুচি যোৱা প্ৰাণত
ঘূৰি আহাঁ মোৰ শুকান দেহতে তুমি
আপোন-আপোন তোমাৰে কথাবোৰ ভাবি ভাবি
সপোন-সপোন লাগি থকা তোমাৰে মিঠা হাঁহি

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar