Tavreed - Keteki şarkı sözleri
Sanatçı:
Tavreed
albüm: Keteki
কেতেকী-কেতেকী, শুনো ৰিণি-ৰিণি
প্ৰেমৰ বিষাদসনা দৰদী তান
চিনাকি-চিনাকি, প্ৰাণৰে চিনাকি
নোপোৱা বেদনাৰে গান
কেতেকী-কেতেকী, শুনো ৰিণি-ৰিণি
প্ৰেমৰ বিষাদসনা দৰদী তান
চিনাকি-চিনাকি, প্ৰাণৰে চিনাকি
নোপোৱা বেদনাৰে গান
মোৰ বুকুৰে মৰমসনা
সুৰেৰে ব'হাগ অনা
তুমি গোৱাঁ এটি আশাৰে গান
বুকুৰে মৰমসনা
সুৰেৰে ব'হাগ অনা
তুমি গোৱাঁ এটি আশাৰে গান
তুমি গীতেৰে গঢ়াঁ মৰমৰে সোপান
মনৰে মানসী, এৰাঁনা অভিমান
তুমি গীতেৰে গঢ়াঁ মৰমৰে সোপান
মনৰে মানসী, এৰাঁনা অভিমান
♪
শুৱনি শুৱনি মোৰে নয়নমণি
হিয়াৰ উমেৰে ৰখা এটি মিঠা নাম
চকুৰে চাৱনি, মুখৰ মিচিকনি
উতলা যৌৱনৰে উমান
শুৱনি শুৱনি মোৰে নয়নমণি
হিয়াৰ উমেৰে ৰখা এটি মিঠা নাম
চকুৰে চাৱনি, মুখৰ মিচিকনি
উতলা যৌৱনৰে উমান
মোৰ বুকুৰে মৰমসনা
সুৰেৰে ব'হাগ অনা
তুমি গোৱাঁ এটি আশাৰে গান
বুকুৰে মৰমসনা
সুৰেৰে ব'হাগ অনা
তুমি গোৱাঁ এটি আশাৰে গান
তুমি গীতেৰে গঢ়াঁ মৰমৰে সোপান
মনৰে মানসী, এৰাঁনা অভিমান
তুমি গীতেৰে গঢ়াঁ মৰমৰে সোপান
মনৰে মানসী, এৰাঁনা অভিমান
Поcмотреть все песни артиста
Sanatçının diğer albümleri