Tavreed - Uri Jai şarkı sözleri
Sanatçı:
Tavreed
albüm: Uri Jai
হিয়াতে সাঁচিছোঁ মৰম তোমালে'
ল'বা নে নোলোৱা কোৱাঁ সঁচাকে'
♪
হিয়াতে সাঁচিছোঁ মৰম তোমালে'
ল'বা নে নোলোৱা কোৱাঁ সঁচাকে'
বুজিও নুবুজা ভাষা প্ৰেমৰে
নোকোৱাকৈনো থাকোঁ মই কেনেকে'!
উমাল বুকুতে মৰমবোৰ দিবলে'
ৰৈ ৰৈ আছোঁ মই
উৰি উৰি যায়
মন উৰি উৰি যায়
উৰি উৰি যায়
তোমালে' উৰি উৰি যায়
উৰি উৰি যায়
মন উৰি উৰি যায়
উৰি উৰি যায়
তোমালে' উৰি উৰি যায়
♪
গাভৰু ছোৱালী, বাটলে' নোলাবাঁ
ডেকাই দেখিলে জোকাব, বুজিছা?
বিহুৰে বতৰত আহিবাঁ, ঐ, গামোচা দিবলৈ
ঢোলৰে চাপৰত নাচিবানে কোৱাঁনা সঁচাকৈ (আজৈ)
বিহুৰে বতৰত আহিবাঁ, ঐ, গামোচা দিবলৈ
ঢোলৰে চাপৰত নাচিবানে কোৱাঁনা সঁচাকৈ
সপোনতে হ'লেও এবাৰ আহিতো চোৱাঁনা
♪
উৰি উৰি যায়
মন উৰি উৰি যায়
উৰি উৰি যায়
তোমালে' উৰি উৰি যায়
উৰি উৰি যায়
মন উৰি উৰি যায়
উৰি উৰি যায়
তোমালে' উৰি উৰি যায়
Поcмотреть все песни артиста
Sanatçının diğer albümleri