Andrea Jeremiah - 24 X 7 şarkı sözleri
Sanatçı:
Andrea Jeremiah
albüm: Flavors
তোৰ মনৰে ঠিকনা
তোৰ হিয়াৰে কল্পনা চিনি পাওঁ
বুজি পাওঁ, বুজি পাওঁ
তোৰ মনৰে ঠিকনা
তোৰ হিয়াৰে কল্পনা চিনি পাওঁ
বুজি পাওঁ, বুজি পাওঁ
তোৰ হিয়াৰে কাষলৈ
মনবতৰা দিবলৈ
তোৰ মৰমে ৰিঙিয়ায়
তোৰ আৱেগৰ পছোৱাই
মোৰ হিয়াখন নচুৱায়
সঘনে সাৱটি যায়
তোৰ মনৰে ঠিকনা
তোৰ হিয়াৰে কল্পনা চিনি পাওঁ
বুজি পাওঁ, বুজি পাওঁ
তোৰ মনৰে ঠিকনা
তোৰ হিয়াৰে কল্পনা চিনি পাওঁ
বুজি পাওঁ, বুজি পাওঁ
তোৰ মুখৰে মৌসনা মাত
মোৰ হিয়া পৰে শাঁত
মোৰ মনপখী উৰি যায়
তোৰ মুখৰে মৌসনা মাত
মোৰ হিয়া পৰে শাঁত
মোৰ মনপখী উৰি যায়
তোৰ হিয়াৰে কাষলৈ
মনবতৰা দিবলৈ
তোৰ মৰমে ৰিঙিয়ায়
তোৰ আৱেগৰ পছোৱাই
মোৰ হিয়াখন নচুৱায়
সঘনে সাৱটি যায়
তোৰ মনৰে ঠিকনা
তোৰ হিয়াৰে কল্পনা চিনি পাওঁ
বুজি পাওঁ, বুজি পাওঁ
তোৰ মনৰে ঠিকনা
তোৰ হিয়াৰে কল্পনা চিনি পাওঁ
বুজি পাওঁ, বুজি পাওঁ
Поcмотреть все песни артиста
Sanatçının diğer albümleri