Imdad Hussain - Tumi Mathu Mur şarkı sözleri
Sanatçı:
Imdad Hussain
albüm: Tumi Mathu Mur
সপোন ৰঙৰ পৃথিৱীত
তুমি মাথোঁ মোৰ
নৈৰ পাৰত বহি গোৱা
মোৰ গানৰ সুৰ
সুগন্ধি ফুলৰ মালিনী
জানো তুমি মোৰ
আবেগৰ শিমনাত
জীপাল কৰাৰ বাসনাত।
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
নিশাৰ অনুৰোধত
দিঠক হোৱাৰ ভাৱনাত
ধূসৰ হব খোজা
জীয়া মৰম বোৰৰ স্বপ্নত
ধুমুহা হৈ নামি অহা
যেন তুমি মাথোঁ মোৰ
তোমাৰ ঢৌ খেলা চকুলোৰ
যৌৱনত
কল্পনা মোৰ মাথোঁ মোৰ।
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
তুমি মাথোঁ মোৰ
Поcмотреть все песни артиста
Sanatçının diğer albümleri