Gourisnkr - Osinaki xur şarkı sözleri
Sanatçı:
Gourisnkr
albüm: Osinaki xur
তোমাৰে কথা ভাবি নিশাবোৰ উজাগৰী
ভাৱনাতে দিনবোৰ যায় বাগৰি
অচিনাকি সুৰ তুমি, মন মোৰ যাযাবৰী
পলে-পলে তোমাকে ফুৰে বিচাৰি
তোমাৰে কথা ভাবি নিশাবোৰ উজাগৰী
ভাৱনাতে দিনবোৰ যায় বাগৰি
অচিনাকি সুৰ তুমি, মন মোৰ যাযাবৰী
পলে-পলে তোমাকে ফুৰে বিচাৰি
তুমি সুবাসী মোৰ হেঁপাহৰ
তুমি জোনাকী মনাকাশৰ
তুমি সুবাসী মোৰ হেঁপাহৰ
তুমি জোনাকী মনাকাশৰ
মোৰ সপোনৰ ঠিকনা তুমি
হিমচেঁচা বতাহজাকে তোমাৰেই বতৰা দিয়ে গোপনে
মায়াসনা দুচকুতে মৰমৰ এসাগৰ সপোন জাগে
হিমচেঁচা বতাহজাকে তোমাৰেই বতৰা দিয়ে গোপনে
মায়াসনা দুচকুতে মৰমৰ এসাগৰ সপোন জাগে
ক'ব লগা মনৰ কথা আছে বহুতেই শুনানা
দিব খোজা সঁচা মৰম তুমি আহি লোৱাঁনা
মোৰ সপোনৰ ঠিকনা তুমি
Поcмотреть все песни артиста
Sanatçının diğer albümleri