Kishore Kumar Hits

Richa Bharadwaj - Morome Tanise şarkı sözleri

Sanatçı: Richa Bharadwaj

albüm: Morome Tanise


বিয়লি বিলতে জকাইখন বাম
খালৈটি ভৰাই মাছকেইটাকে পাম
চেনাইধন হৈ বহি থাক
তোক এগৰাহ খুৱাই মই এগৰাহ খাম
বিয়লি বিলতে জকাইখন বাম
খালৈটি ভৰাই মাছকেইটাকে পাম
চেনাইধন হৈ বহি থাক
তোক এগৰাহ খুৱাই মই এগৰাহ খাম
মৰমে টানিছে মোক
সিফালে টানিছে মোক
ইফালে কিনো কৰিম ক!
তোকে মই ভাবিছোঁ
মোৰ আপোনজন
তোকে দিলোঁ হিয়াখন
আঁকোৱালি ল

বাৰীতে মাৰিম পাক
বিচাৰি আনিম শাক
মোৰ নিচিনা নাপাবি
মোৰ বুকুতে সোমাই থাক
ৰূপতে মায়াৰ জাল
হাতে-কামেও ভাল
বাছিব জানো ফুল
পাতি লৈ তাঁতৰ শাল
মৰমে টানিছে মোক
সিফালে টানিছে মোক
ইফালে কিনো কৰিম ক!
তোকে মই ভাবিছোঁ
মোৰ আপোনজন
তোকে দিলোঁ হিয়াখন
আঁকোৱালি ল
বিয়লি বিলতে জকাইখন বাম
খালৈটি ভৰাই মাছকেইটাকে পাম
চেনাইধন হৈ বহি থাক
তোক এগৰাহ খুৱাই মই এগৰাহ খাম
বিয়লি বিলতে জকাইখন বাম
খালৈটি ভৰাই মাছকেইটাকে পাম
চেনাইধন হৈ বহি থাক
তোক এগৰাহ খুৱাই মই এগৰাহ খাম

মৰম দি মৰম ল'ম
তোৰ বুকুতে পৰি ৰ'ম
তই মান বা নামান
তই মোৰ, মই তোৰেই হ'ম
তই নাচাব ক'লেও চাম
ভাল নাপাব ক'লেও পাম
তই পলাই ক'ত সাৰিবি?
তই য'তে যাৱ পিচত যাম
মৰমে টানিছে মোক
সিফালে টানিছে মোক
ইফালে কিনো কৰিম ক!
তোকে মই ভাবিছোঁ
মোৰ আপোনজন
তোকে দিলোঁ হিয়াখন
আঁকোৱালি ল
বিয়লি বিলতে জকাইখন বাম
খালৈটি ভৰাই মাছকেইটাকে পাম
বিয়লি বিলতে জকাইখন বাম
খালৈটি ভৰাই মাছকেইটাকে পাম

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar